মাহেকীয়া পেটৰ বিষ: কেনেকৈ সকাহ পাব? | Menstrual Cramps, in Assamese | Dr Namrata Hazarika Goel
About this video
ঋতুস্ৰাৱৰ ক্ৰেম্প হ’ল পেটৰ তলৰ অংশত থ্ৰবিং বা ক্ৰেম্পিং বিষ। বহু মহিলাৰ ঋতুস্ৰাৱৰ ঠিক আগতে আৰু ঋতুস্ৰাৱৰ সময়ত ক্ৰেম্প হয়। গতিকে, ইয়াৰ কাৰণ কি আৰু ইয়াৰ পৰা আমি কেনেকৈ সকাহ পাম? গাইনেক’লজিষ্ট নম্ৰতা হাজৰিকা গোৱেলৰ পৰা অধিক জানো আহক।