বন্ধ্যাত্বঃ কাৰণ আৰু চিকিৎসা | Infertility in Assamese | Diagnosis & Treatment | Dr Kanchan Murarka

Dr Kanchan Murarka31 October 202310:04278 views

About this video

বন্ধ্যাত্বৰ মূল অৰ্থ হ’ল এবছৰ ধৰি সযতনে সময় নিৰ্ধাৰণ কৰি অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰাৰ পিছতো গৰ্ভধাৰণ নকৰা। বন্ধ্যাত্বৰ কাৰণ নিৰ্ণয় কৰাটো কঠিন হ’ব পাৰে যদিও পুৰুষ আৰু মহিলা উভয়ৰে কিছুমান হৰম’নৰ মাত্ৰা অপৰ্যাপ্ত হোৱা, আৰু মহিলাৰ ডিম্বাণু নিৰ্গত হোৱাৰ সমস্যা আদি থাকিব পাৰে। আমি কেনেকৈ বন্ধ্যাত্ব নিৰ্ণয় আৰু চিকিৎসা কৰিব পাৰো? স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ কাঞ্চন মুৰাৰ্কাৰ পৰা অধিক জানো আহক।