শ্বক: কাৰণ আৰু উপচাৰ | What is Shock? Assamese | Causes & Treatment | Dr Suvan Kanti Chowdhury
About this video
শৰীৰৰ মাজেৰে হঠাতে তেজৰ সোঁত কমি অহাৰ ফলত হোৱা এক জটিল অৱস্থা হ’ল শ্বক। আঘাত, হিটষ্ট্ৰ’ক, তেজ ক্ষয় বা এলাৰ্জিৰ ফলত শ্বক হ’ব পাৰে। গতিকে, ইয়াৰ কাৰণ কি আৰু আমি ইয়াৰ চিকিৎসা কেনেকৈ কৰিব পাৰো? জৰুৰীকালীন চিকিৎসা বিজ্ঞানৰ চিকিৎসক সুৱন কান্তি চৌধুৰীৰ পৰা অধিক জানো আহক।