কৰ্কট ৰোগৰ ওপৰত সজাগতা | Guide to Cancer in Assamese | Dr Gayatri Gogoi

Dr Gayatri Gogoi25 May 202312:0578K views

About this video

শৰীৰৰ অস্বাভাৱিক কোষৰ অনিয়ন্ত্ৰিত বৃদ্ধি আৰু বিভাজন হ’ল কৰ্কট ৰোগ। কেন্সাৰ হৈছে এক জটিল আৰু সম্ভাৱ্য জীৱন সংকটজনক ৰোগ। শৰীৰৰ যিকোনো অংশত ইয়াৰ বিকাশ হ’ব পাৰে। কিন্তু আগতীয়াকৈ ধৰা পেলোৱাটোৱে কেন্সাৰৰ ফলপ্ৰসূ চিকিৎসাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰাথমিক পৰ্যায়ৰ পৰা কেনেকৈ কৰ্কট ৰোগ ধৰা পেলাব পাৰি? ডাঃ গায়ত্ৰী গগৈৰ পৰা অধিক জানো আহক