চিঅপিডি কাৰণ কি | COPD Lung Disease Treatment in Assamese | Dr Gitartha Baruah
About this video
ক্ৰনিক অবষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD) হৈছে হাওঁফাওঁৰ পৰা বায়ু প্ৰবাহত বাধাৰ সৃষ্টি কৰা এক ক্ৰনিক প্ৰদাহজনিত হাওঁফাওঁৰ ৰোগ। ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়ে আমি সচেতন হোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ বিষয়ে আমাৰ বিশেষজ্ঞ ডাঃ গীতাৰ্থ বৰুৱাই কি কৈছে শুনো আহক।