প্ৰসৱৰ পূৰ্বে বিষণ্ণতা: চিকিৎসা কি? | Depression during Pregnancy, in Assamese | Shaswati Phukan
About this video
ডিপ্ৰেছন হৈছে এক গুৰুতৰ ৰোগ যিয়ে দৈনন্দিন জীৱনত বাধাৰ সৃষ্টি কৰিব পাৰে। গৰ্ভাৱস্থাত মহিলাসকলে যেতিয়া বিষণ্ণতা অনুভৱ কৰে তেতিয়া ইয়াক প্ৰেৰেটাম ডিপ্ৰেছন বোলা হয়। প্ৰসৱৰ পূৰ্বে বিষণ্ণতা সাধাৰণতে দেখা যায়। প্ৰায় ১৩ শতাংশ (১০ জনৰ ভিতৰত এগৰাকীতকৈ অধিক) গৰ্ভৱতী মহিলা আৰু নতুন মাতৃয়ে হতাশাৰ সন্মুখীন হয়। সেয়েহে ইয়াৰ চিকিৎসা আৰু প্ৰতিৰোধ কৰাটো অতি প্ৰয়োজনীয়। গতিকে, প্ৰিপ্ৰেটাম ডিপ্ৰেছনৰ লক্ষণ কি আৰু আমি ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰো? আহক আৰু অধিক জানো মনোবিজ্ঞানী শস্বতী ফুকনৰ পৰা।