পেটৰ চৰ্বি: হ্ৰাস কৰাৰ উপায় | Diet Plan to Reduce Belly Fat, in Assamese | Purabi Dutta

Purabi Dutta16 May 20235:372.8K views

About this video

পেটৰ চৰ্বি বৃদ্ধি আজিৰ আধুনিক জীৱনশৈলীত এক সাধাৰণ সমস্যা হৈ পৰিছে। পেটত অত্যধিক চৰ্বি থাকিলে বিভিন্ন ৰোগ হ’ব পাৰে। গতিকে, পেটৰ চৰ্বি হ্ৰাস কৰিবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে? আহক আমি ডায়েটিচিয়ান পূৰবী দত্তৰ পৰা অধিক জানো আহক।