খাদ্যৰ সৈতে পিচিঅ’এছ পৰিচালনা কৰা | Diet to Manage PCOS in Assamese | Dr Monideep Boruah
About this video
পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰোম (পিচিঅ'এছ) হৈছে এক স্থিতি যি এগৰাকী মহিলাৰ হৰমনৰ স্তৰ প্ৰভাৱিত কৰে। মুখ্য কাৰণবোৰ হৈছে আনুবংশিক, পাৰিপাৰ্শ্বিক আৰু জীৱনশৈলী। গতিকে, সঠিক আহাৰ আৰু সঠিক জীৱনশৈলীয়ে ইয়াক নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰিবনে? পুষ্টিবিদ মণিদীপ বৰাহৰ পৰা অধিক শিকক