ডায়েবেটিছ ৰোগীৰ বাবে খাদ্য | Diet Plan for Diabetes in Assamese | Purabi Dutta
About this video
ডায়েবেটিছ নিয়ন্ত্ৰণত খাদ্যৰ মুখ্য ভূমিকা আছে। কিন্তু কেতিয়াবা ডায়েবেটিছ ৰোগীয়ে নিজৰ অৱস্থা পৰিচালনা কৰিবলৈ কি কি খাদ্য খাব লাগে সেই বিষয়ে বিভ্ৰান্ত হয়। টাইপ ১ আৰু টাইপ ২ ৰোগীৰ বাবে কি খাদ্য? ডায়েটিচিয়ান পূৰবী দত্তৰ পৰা জানো আহক।