প্ৰষ্টেটৰ সমস্যা: পৰীক্ষা আৰু চিকিৎসা | Prostate Enlargement in Assamese | Dr Mriganka Deuri Bharali
About this video
প্ৰষ্টেট হৈছে এটা সৰু গ্ৰন্থি, যিটো পেলভিছত, লিংগ আৰু মূত্ৰাশয়ৰ মাজত অৱস্থিত। যদি প্ৰষ্টেট বৃদ্ধি পায় তেন্তে ই মূত্ৰাশয় আৰু মূত্ৰনলীত চাপ পেলাব পাৰে, যিটো নলীৰ মাজেৰে প্ৰস্ৰাৱ পাৰ হয়। গতিকে, প্ৰষ্টেট বৃদ্ধিৰ পৰীক্ষা আৰু চিকিৎসা কি কি? আহক অধিক জানো ইউৰ’লজিষ্ট ডাঃ মৃগংকা দেউৰী ভৰালীৰ পৰা।