ডিঙিৰ বিষৰ পৰা উপশম পাবলৈ ব্যায়াম | Physiotherapy for Neck Pain in Assamese | Dr Jintumani Das

Dr Jintumani Das17 June 202312:00124 views

About this video

ডিঙিত বিষ আজিৰ দিনত সাধাৰণ সমস্যা। বেয়া ভংগীমাই — কম্পিউটাৰৰ ওপৰত হেলান দিয়াৰ পৰাই হওক বা ৱৰ্কবেঞ্চৰ ওপৰত কুঁজৰাই থকাৰ পৰাই হওক — ডিঙিৰ পেশীবোৰত টান পৰে। অষ্টিঅ’আৰ্থাইটিছও ডিঙিৰ বিষৰ এটা সাধাৰণ কাৰণ। সেয়েহে আমি ডিঙিৰ বিষৰ পৰা হাত সাৰিবলৈ সঠিক সময়ত ফিজিঅ’থেৰাপিৰ পথ বাছি ল’ব লাগিব। গতিকে ডিঙিৰ বিষৰ পৰা উপশম পাবলৈ কি কি ফিজিঅ’থেৰাপি ব্যায়াম? ফিজিঅ'থেৰাপিষ্ট ডাঃ জিন্টুমণি দাসৰ পৰা অধিক জানো আহক।