স্বাস্থ্যৰ উদ্বেগ কেনেকৈ বন্ধ বা লাঘৱ কৰিব পাৰি? | Health Anxiety, Assamese | Priyanka Bhattacharjee

Priyanka Bhattacharjee10 August 202316:032.2K views

About this video

স্বাস্থ্যৰ উদ্বেগ হৈছে গুৰুতৰ চিকিৎসাজনিত অৱস্থাৰ বাবে এক আৱেগিক আৰু অযুক্তিকৰ চিন্তা। ইয়াক অসুস্থতাৰ উদ্বেগ বুলিও কোৱা হয়, আৰু আগতে ইয়াক হাইপ’কণ্ড্ৰিয়া বুলি কোৱা হৈছিল। স্বাস্থ্যজনিত উদ্বেগক সঠিক সময়ত উপলব্ধি কৰা আৰু ধৰা পেলোৱাটো অতি গুৰুত্বপূৰ্ণ। গতিকে, ইয়াৰ কাৰণ কি আৰু আমি কেতিয়া পেছাদাৰী সহায় বিচাৰিব লাগিব? আহক আৰু অধিক জানো মনোবিজ্ঞানী ডাঃ প্ৰিয়ংকা ভট্টাচাৰ্জীৰ পৰা।