এলোপেচিয়া এৰিয়েটা: কাৰণ আৰু চিকিৎসা | Alopecia Areata: How to Treat? Assamese | Dr Hemanta Nath
About this video
ৰোগ প্ৰতিৰোধ ক্ষমতাই চুলিৰ গুৰিবোৰক আক্ৰমণ কৰি চুলি সৰাৰ ফলত হোৱা এবিধ ৰোগ হ’ল এলোপেচিয়া এৰিয়েটা। চুলিৰ গুৰি হ’ল ছালত থকা গঠন যিয়ে চুলি গঠন কৰে। শৰীৰৰ যিকোনো অংশৰ পৰা চুলি সৰি যাব পাৰে যদিও এলোপেচিয়া এৰিয়েটা সাধাৰণতে মূৰ আৰু মুখত প্ৰভাৱ পেলায়। গতিকে ইয়াৰ কাৰণ কি আৰু ইয়াৰ চিকিৎসা কেনেকৈ কৰিব পাৰি? আহক অধিক জানো ছালৰ বিশেষজ্ঞ ডাঃ হেমন্ত নাথৰ পৰা।