মৃগী ৰোগ: কাৰণ আৰু উপচাৰ | Treatment of Seizures / Epilepsy, in Assamese | Dr Suvan Kanti Chowdhury
About this video
মৃগীৰোগ হৈছে স্নায়ুজনিত ৰোগ। কিন্তু আজিও আমাৰ সমাজত মৃগীৰোগক লৈ যথেষ্ট অন্ধবিশ্বাসৰ সৃষ্টি হৈছে। আমাৰ মগজুৰ কোষবোৰে এক প্ৰকাৰৰ বৈদ্যুতিক প্ৰবাহৰ যোগেদি কাম কৰে। এই সোঁত যেতিয়া নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় তেতিয়া ই মগজুত ধুমুহাৰ সৃষ্টি কৰে। ফলত ব্যক্তিজন কঁপি মাটিত পৰি যায়। এই পুনৰাবৃত্তিক মৃগী ৰোগ বোলা হয়। আহক আমি জানো আহক জৰুৰীকালীন চিকিৎসা বিশেষজ্ঞ ডাঃ ডাঃ সুৱন কান্তি চৌধুৰীয়ে, মৃগীৰোগৰ কাৰণ, লক্ষণ, আৰু চিকিৎসাৰ বিষয়ে কি কয়।