চি-ছেকচন ৰিহাব কি? | Recovery and Exercise After a C-Section, in Assamese | Priyanka Bhuyan
About this video
চি-ছেকচন ৰিহাব হৈছে এক বিশেষ ধৰণৰ শাৰীৰিক চিকিৎসা যিয়ে মহিলাসকলক চিজাৰিয়ান অস্ত্ৰোপচাৰৰ পৰা সুস্থ হোৱাত সহায় কৰে। ই বিষ কমোৱাত সহায় কৰিব পাৰে, গতিশীলতা উন্নত কৰিব পাৰে, আৰু মূল পেশীবোৰ শক্তিশালী কৰিব পাৰে। গতিকে, পোষ্ট ডেলিভাৰী কৰাৰ বাবে কি কি ব্যায়াম আৰু চি-ছেকচন ৰিহাবৰ বাবে ডু’ছ, ড’ন’ছ? অধিক জানো আহক প্ৰিয়ংকা ভূঞা, এগৰাকী ফিজিঅ'থেৰাপিষ্ট ৰ পৰা।