ৰক্তহীন ঋতুস্ৰাৱী মহিলাৰ বাবে খাদ্য | Diet for Anaemic Menstruating Women | Dr Monideep Boruah
About this video
মাহেকীয়াৰ সময়ত আইৰণৰ মাত্ৰা হ্ৰাস পোৱাটো সাধাৰণ কথা, বিশেষকৈ যদি আপোনাৰ ঋতুস্ৰাৱৰ প্ৰবাহ গধুৰ হয়। ইয়াৰ ফলত ভাগৰুৱা, শৰীৰৰ বিষ, মূৰ ঘূৰোৱা আদি হ’ব পাৰে। বন্ধাকবি আৰু কচুৰ দৰে পাতযুক্ত সেউজীয়া শাক-পাচলিয়ে আপোনাৰ আইৰণৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। কচুতো প্ৰচুৰ পৰিমাণে মেগনেছিয়াম থাকে। It's common to experience a dip in your iron levels during your period, particularly if your menstrual flow is heavy. This can lead to fatigue, bodily pain, and dizziness. Leafy green vegetables such as kale and spinach can boost your iron levels. Spinach is also rich in magnesium. Let’s know more from Monideep Boruah, a Dietician.