শ্ৰৱণ সহায়ক যন্ত্ৰ কি? | Hearing Aids: How to Use? in Assamese | Hearing Loss | Kaberi Kalita
About this video
শ্ৰৱণ সহায়ক যন্ত্ৰ হৈছে এটা সৰু ইলেক্ট্ৰনিক যন্ত্ৰ যি কাণৰ ভিতৰত বা কাণৰ পিছফালে পৰিধান কৰা হয়। এই যন্ত্ৰটোৱে শব্দবোৰ কিছু স্পষ্ট তথা জোৰকৈ শুনাত সহায় কৰে যাতে শুনিবলৈ অসুবিধা থকা ব্যক্তিসকলে সহজে শুনিব, যোগাযোগ কৰিব আৰু দৈনন্দিন কাৰ্যত পূৰ্ণভাবে অংশগ্ৰহণ কৰিব পাৰে। এই বিষয়ে ডাঃ কাৱেৰী কলিতাৰ পৰা বিতং ভাৱে জানো আহক –