পানীলগা: চিকিৎসা আৰু প্ৰতিৰোধ | Dehydration in Assamese | Causes & Treatment | Dr Ankita Sen

Dr Ankita Sen20 June 20238:45365 views

About this video

ডিহাইড্ৰেচন হৈছে এনে এটা অৱস্থা য’ত শৰীৰে খোৱাতকৈ অধিক পানী হেৰুৱাই পেলায়। অৰ্থাৎ শৰীৰৰ স্বাভাৱিক কাৰ্য্যক্ষমতা বিকল হৈ পৰে। পানীলগা বিভিন্ন বস্তুৰ বাবে হয়, এইবোৰ পৰিৱেশৰ পৰা আৰম্ভ কৰি পৰিস্থিতিগত, বা হয়তো কিছুমান বিশেষ ৰোগলৈকে হ’ব পাৰে। গতিকে, পানীলগাৰ চিকিৎসা আৰু প্ৰতিৰোধ কেনেকৈ কৰিব পাৰি? সাধাৰণ চিকিৎসক ডাঃ অংকিতা সেনৰ পৰা অধিক জানো আহক।