ৰক্তহীনতা: খাদ্য আৰু স্বাস্থ্যকৰ অভ্যাস | Diet plan to Prevent Anaemia, in Assamese | Ivy Gogoi
About this video
শৰীৰৰ কলালৈ অক্সিজেন কঢ়িয়াই নিব পৰাকৈ পৰ্যাপ্ত সুস্থ ৰক্তকণিকা বা হিম’গ্লবিন নথকাৰ সমস্যা হ’ল ৰক্তহীনতা। হিম’গ্লবিন হৈছে ৰক্তকণিকাত পোৱা প্ৰ’টিন যিয়ে হাওঁফাওঁৰ পৰা শৰীৰৰ আন সকলো অংগলৈ অক্সিজেন কঢ়িয়াই লৈ যায়। ৰক্তহীনতা হ’লে ভাগৰুৱা, দুৰ্বলতা আৰু উশাহ-নিশাহৰ কষ্ট হ’ব পাৰে। গতিকে, স্বাস্থ্যসন্মত অভ্যাস আৰু খাদ্যাভ্যাস ৰক্তহীনতাৰ বাবে নেকি? পুষ্টিবিদ আইভী গগৈৰ পৰা অধিক জানো আহক।