নাক বজা: কাৰণ, চিকিৎসা আৰু প্ৰতিৰোধ | Snoring: Causes & Treatment in Assamese | Dr Tinku Moni Borah
About this video
নাক বজা হল শোৱাৰ সময়ত উৎপন্ন হোৱা শব্দ, যেতিয়া শ্বাসপ্ৰশ্বাসৰ পথ আংশিক অৱৰুদ্ধ হয়। নাক বজা কেনেকৈ ৰখা যায়? জানোঁ আহক, ই এন টি বিশেষজ্ঞ ডাঃ টিংকু মনি বৰা পৰা।