যক্ষ্মা ৰোগ: কাৰণ আৰু চিকিৎসা | Tuberculosis (TB): Causes & Treatment, Assamese| Dr Sanjoy Choudhury

Dr Sanjoy Choudhury3 August 202315:3725K views

About this video

যক্ষ্মা (TB) হৈছে বেক্টেৰিয়াজনিত ৰোগ যিটো বতাহৰ যোগেদি মানুহৰ পৰা আন এজনলৈ বিয়পি পৰে। টিবি সাধাৰণতে হাওঁফাওঁত আক্ৰান্ত হয় যদিও শৰীৰৰ আন আন অংশ যেনে মগজু, বৃক্ক বা মেৰুদণ্ডৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। গতিকে, যক্ষ্মা ৰোগৰ কাৰণ আৰু প্ৰতিৰোধ কি কি? জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ সঞ্জয় চৌধুৰীৰ পৰা অধিক জানিব পাৰিব।