জলাতংক (ৰেবিজ): লক্ষণ আৰু টিকাকৰণ | Rabies in Assamese | Symptoms | Hydrophobia | Dr Dishani Das
About this video
ৰেবিজ এবিধ মাৰাত্মক কিন্তু প্ৰতিৰোধযোগ্য ভাইৰাছজনিত ৰোগ। কোনো উন্মাদ জন্তুৱে কামুৰিলে বা খোঁচ মাৰিলে মানুহ আৰু পোহনীয়া জন্তুলৈ ই বিয়পিব পাৰে। যদিও জলাতংকৰ বাবে ফলপ্ৰসূ মানৱ ভেকচিন আৰু ইমিউন’গ্ল’বিউলিন আছে, এইবোৰ প্ৰায়ে সহজে উপলব্ধ নহয়। গতিকে, ৰেবিজৰ চিকিৎসাৰ উপায় কি কি? সাধাৰণ চিকিৎসক ডাঃ দিশানি দাসৰ পৰা অধিক জানো আহক।