কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ কি খাব লাগে? | Diet to control Cholesterol, in Assamese | Rupam Medhi
About this video
সুষম কলেষ্টেৰল খাদ্য সুস্থ কলেষ্টেৰলৰ মাত্ৰা বজাই ৰখা আৰু হৃদৰোগ প্ৰতিৰোধৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। গতিকে, কি কি খাদ্যত কলেষ্টেৰল বেছি থাকে, খাদ্যৰ দ্বাৰা কলেষ্টেৰল কেনেকৈ কম কৰিব পাৰি, আৰু আমি দৈনিক কিমান তেল খাব লাগে? আহক আমি ডায়েটিচিয়ান ৰূপম মেধিৰ পৰা অধিক জানো।