সুষম খাদ্য আৰু ইয়াৰ গুৰুত্ব | What is a Balanced Diet? in Assamese | Purabi Dutta
About this video
স্বাস্থ্যসন্মত, সুষম খাদ্য খোৱাটো সুস্বাস্থ্য বজাই ৰখাৰ এক গুৰুত্বপূৰ্ণ অংশ, আৰু ই বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। অৰ্থাৎ সঠিক অনুপাতত বিভিন্ন ধৰণৰ খাদ্য খোৱা, আৰু সুস্থ শৰীৰ লাভ আৰু বজাই ৰাখিবলৈ সঠিক পৰিমাণৰ খাদ্য আৰু পানীয় সেৱন কৰা। সুষম খাদ্যই হাড় শক্তিশালী কৰাত সহায় কৰে, মগজুৰ বিকাশত সহায় কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বৃদ্ধিৰ কাৰ্য্য নিয়ন্ত্ৰণ কৰে। গতিকে, সুষম খাদ্য কেনেকৈ বজাই ৰাখিব পাৰি আৰু ইয়াৰ গুৰুত্ব কি? আহক আমি ডায়েটিচিয়ান পূৰবী দত্তৰ পৰা অধিক জানো।