ৰক্তহীনতাৰ বাবে পুষ্টিকৰ খাদ্য | Diet for Anaemia in Assamese | Dr Monideep Boruah

Dr Monideep Boruah5 January 20236:04389 views

About this video

ভিটামিনৰ অভাৱত হোৱা ৰক্তহীনতা হ’ল সাধাৰণতকৈ কম পৰিমাণৰ ভিটামিন বি-১২ আৰু ফ’লেটৰ ফলত হোৱা সুস্থ ৰক্তকণিকাৰ অভাৱ। ভিটামিন বি-১২ আৰু ফ’লেট যুক্ত খাদ্য পৰ্যাপ্ত পৰিমাণে নাখালে, বা শৰীৰে এই ভিটামিনসমূহ শোষণ বা প্ৰচেছিং কৰাত অসুবিধা পালে এনে হ’ব পাৰে। আহকচোন আমাৰ বিশেষজ্ঞ, dr Monideep Boruah ৰ পৰা এই বিষয়ে অধিক জানি লওঁ।