খাদ্যৰ যোগেদি ৰক্তচাপ নিয়ন্ত্ৰণ | Diet to Control High Blood Pressure, in Assamese | Zeba Nahin
About this video
সুষম খাদ্যই সুস্থ ৰক্তচাপ বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম সমৃদ্ধ খাদ্য সেৱনে ছডিয়ামৰ প্ৰভাৱ প্ৰতিহত কৰি ৰক্তবাহী নলী শিথিল কৰি ৰক্তচাপ কমোৱাত সহায় কৰে। গতিকে, ৰক্তচাপ বজাই ৰখাত খাদ্যৰ ভূমিকা কি আৰু উচ্চ ৰক্তচাপৰ সৈতে কি কি খাদ্য পৰিহাৰ কৰিব লাগে? পুষ্টিবিদ জেবা নাহিনৰ পৰা অধিক জানো আহক।