লুপাছ: কাৰণ আৰু চিকিৎসা | What is Lupus (SLE)? Assamese | Autoimmune Disease | Dr Pranab Chowdhury

Dr Pranab Chowdhury16 January 202411:394.1K views

About this video

আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই আপোনাৰ নিজৰ কলা আৰু অংগসমূহক আক্ৰমণ কৰিলে লুপাছ ৰোগ হয়। লুপাছৰ ফলত হোৱা প্ৰদাহে শৰীৰৰ বহুতো ভিন্ন ব্যৱস্থাত প্ৰভাৱ পেলাব পাৰে — য’ত আপোনাৰ গাঁঠি, ছাল, বৃক্ক, ৰক্তকণিকা, মগজু, হৃদযন্ত্ৰ আৰু হাওঁফাওঁ আদি অন্তৰ্ভুক্ত। গতিকে, লুপাছৰ কাৰণ আৰু চিকিৎসা কি কি? বাত বিশেষজ্ঞ ডাঃ প্ৰণৱ চৌধুৰীৰ পৰা অধিক জানো আহক।