তীব্ৰ জ্বৰ: লক্ষণ আৰু চিকিৎসা | High Fever/Acute Febrile Illness, Assamese | Dr Abhinav Changkakoti

Dr Abhinav Changkakoti23 July 20244:39252 views

About this video

তাপমাত্ৰা ৩৭.৫ ডিগ্ৰী চেলছিয়াছ (৯৯.৫ ডিগ্ৰী ফাৰেনহাইট)তকৈ অধিক হ’লে শৰীৰৰ এক অস্বাভাৱিক অৱস্থা হ’ল তীব্ৰ জ্বৰজনিত ৰোগ। সংক্ৰামক ৰোগে সৰ্বাধিক জ্বৰজনিত ৰোগৰ সৃষ্টি কৰে। ইয়াৰ ভিতৰত বেক্টেৰিয়া, ভাইৰাছ, পৰজীৱী বা ভেঁকুৰৰ সংক্ৰমণ আদি থাকিব পাৰে। গতিকে, ইয়াৰ লক্ষণসমূহ কি, ইয়াক কেনেকৈ নিৰ্ণয় আৰু চিকিৎসা কৰা হয়? আহক অধিক জানো চিকিৎসা বিষয়া ডাঃ অভিনৱ চাংকাকোটিৰ পৰা।