ৰক্তদান কিয় কৰিব লাগে? | How should I prepare for blood donation? | Dr Sudipta Sekhar Das

Dr Sudipta Sekhar Das2 March 202218:21593 views

About this video

ৰক্তদান মানে জীৱন দান। এই ক্ষেত্ৰত মানুহৰ সজাগতাৰ অভাৱ। ইয়াৰ লগত জৰিত বিভিন্ন গুৰুতত্বপূৰ্ন চিকিৎসাজনিত বিষয় এই ভিডিওত উপলব্ধ আছে। এই বিষয় জনাব ৰক্তদান বিশেষক ডক্তৰ সুদিপ্ত চেখৰ দাসে।