ইৰিটেবল বাৱেল চিণ্ড্ৰোম: উপচাৰ কি? | Irritable Bowel Syndrome (IBS) Assamese | Dr Bhupendra Mahanta

Dr Bhupendra Mahanta18 June 20248:503.9K views

About this video

ইৰিটেবল বাৱেল চিনড্ৰম হৈছে পেট আৰু অন্ত্ৰত আক্ৰান্ত হোৱা এক সাধাৰণ বিকাৰ, যাক গেষ্ট্ৰাইটিছ ট্ৰেক্ট বুলিও কোৱা হয়। লক্ষণসমূহ হ’ল ক্ৰেম্পিং, পেটৰ বিষ, পেট ফুলা, গেছ, আৰু ডায়েৰিয়া বা কোষ্ঠকাঠিন্য বা দুয়োটা। গতিকে, ইয়াৰ চিকিৎসা আৰু প্ৰতিৰোধ কেনেকৈ কৰিব? চিকিৎসা বিজ্ঞানৰ চিকিৎসক ডাঃ ভূপেন্দ্ৰ মহন্তৰ পৰা অধিক জানো আহক।