Short
ডায়েৰিয়াত সহায়ক হোৱাকৈ খাদ্যৰ পৰিৱৰ্তন | Dietary Change for Controlling Diarrhoea | Dr Indira Das
About this short
ডায়েৰিয়া শিশুসকলৰ মাজত দেখা দিয়া এটা অতি সাধাৰণ সমস্যা। এই ৰোগৰ ফলত নানান সমস্যা দেখা দিয়ে। ডায়েৰিয়াৰ বিষয়ে বিস্তৃত ভাবে জনাব ডক্তৰ ইন্দিৰা দাস, শিশু চিকিৎসক। Diarrhoea is a disease most prevalent among children. Diarrhoea leads to multiple other health disorders which need to be taken care of. What are the most important points on diarrhoea and its impact on a child’s body? Let's know more from Dr Indira Das, a Paediatrician.