শ্ৰৱণ সহায়ক যন্ত্ৰ হৈছে এটা সৰু ইলেক্ট্ৰনিক যন্ত্ৰ যি কাণৰ ভিতৰত বা কাণৰ পিছফালে পৰিধান কৰা হয়। এই যন্ত্ৰটোৱে শব্দবোৰ কিছু স্পষ্ট তথা জোৰকৈ শুনাত সহায় কৰে যাতে শুনিবলৈ অসুবিধা থকা ব্যক্তিসকলে সহজে শুনিব, যোগাযোগ কৰিব আৰু দৈনন্দিন কাৰ্যত পূৰ্ণভাবে অংশগ্ৰহণ কৰিব পাৰে। এই বিষয়ে ডাঃ কাৱেৰী কলিতাৰ পৰা বিতং ভাৱে জানো আহক –
এই ভিডিঅ’টোত,
শ্ৰৱণ সহায়ক যন্ত্ৰ কি হয় আৰু ই কেনেদৰে কাম কৰে? (0:00)
কোনখিনি মানুহক শ্ৰৱণ সহায়ক যন্ত্ৰৰ প্ৰয়োজন হয়? (1:11)
আমি কেনেদৰে জানিম যে কোনটো শ্ৰৱণ সহায়ক যন্ত্ৰ আমাৰ বাবে সঠিক? (1:48)
শ্ৰৱণ সহায়ক যন্ত্ৰটো দৃষ্টিগোচৰ হয় নে ইয়াক কাণৰ ভিতৰত লুকুৱাই ৰাখিব পাৰি? (3:11)
এটা শ্ৰৱণ সহায়ক যন্ত্ৰ কিমান সময়লৈ ভালে থাকে? (4:37)
শ্ৰৱণ সহায়ক যন্ত্ৰৰ বেটাৰী সচৰাচৰ সলনি কৰি থাকিব লাগে নে? (6:25)
শ্ৰৱণ সহায়ক যন্ত্ৰৱে সাধাৰণ শ্ৰৱণ শক্তিক পুনৰুদ্বাৰ কৰিব পাৰে নে? (7:19)
A hearing aid is a small electronic device designed to help people with hearing loss to hear sounds more clearly. Hearing aids improve communication, making it easier to understand speech, especially in noisy environments. Let’s learn more from Kaberi Kalita, an Audiologist.
In this Video,
What is a Hearing Aid and how does it work? in Assamese (0:00)
Who needs Hearing Aid? in Assamese (1:11)
How to know which Hearing Aid is right for you? in Assamese (1:48)
Is the Hearing Aid visible or can it be hidden inside the ear? in Assamese (3:11)
How long does a Hearing Aid last? in Assamese (4:37)
Should I change the battery of my Hearing Aid regularly? in Assamese (6:25)
Can Hearing Aids restore normal hearing? in Assamese (7:19)
#HearingAid #HearingLoss #AssameseHealthTips
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at hello@swasthyaplus.com
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!

