দন্ত স্কেলিং হৈছে এটা পেচাদাৰী দন্ত চিকিৎসা প্ৰক্ৰিয়া, যাৰ মাধ্যমেৰে দাঁতৰ ওপৰত থকা প্লাক আৰু টাৰ্টাৰ (কঠিন হৈ যোৱা প্লাক) অপসাৰণ কৰা হয়, যি দাঁতৰ আলুৰ তলতও থাকিব পাৰে। এই প্ৰক্ৰিয়াটোৱে ৰোগ নিৰাময় আৰু প্ৰতিৰোধ দুয়োটাত সহায় কৰে। এই সন্দৰ্ভত ডাঃ মঞ্জিল মৌচম সাবণ্যৰ পৰা জানোঁ আহক।
এই ভিডিঅ’টোত,
দন্ত স্কেলিং কি হয় ? এই প্ৰক্ৰিয়া কেনেদৰে কৰা হয়? (0:00)
দাঁতৰ স্কেলিং কৰাটো কিয় প্ৰয়োজনীয়? (0:46)
দাঁতৰ স্কেলিং কৰিলে কষ্ট বা বিষ হয় নে? (1:46)
কিমান সময়ৰ অন্তৰে অন্তৰে আমি দাঁতৰ স্কেলিং কৰিব লাগে? (2:35)
আমি স্কেলিং কৰাৰ আগত কি কি কৰিব নালাগে? (3:12)
দাঁতৰ স্কেলিংৰ কিবা পাৰ্শ্বপ্ৰতিক্ৰিয়া আছে নেকি? (4:08)
দাঁত স্কেলিং কৰাৰ পিছত ইয়াৰ প্ৰভাৱ কিমান দিনলৈ থাকে? (5:12)
দাঁতৰ স্কেলিং কৰি থকা সময়ত তেজ নিসৰণ হোৱাটো স্বাভাৱিক নে? (6:03)
Scaling of Teeth is the process of removing plaque above and below the gum line and cleaning your teeth. How often should we do Dental Scaling? Is bleeding normal after Dental Scaling? Let’s learn more from Dr Manjil Mousam Sabanya, a Dentist.
In this Video,
What is Scaling of Teeth? in Assamese (0:00)
Importance of Scaling of Teeth, in Assamese (0:46)
Is scaling painful? in Assamese (1:46)
How often should we do Dental Scaling? in Assamese (2:35)
Precautions after Dental Scaling, in Assamese (3:12)
Are there any side effects of Dental Scaling? in Assamese (4:08)
How long does Teeth Scaling last? in Assamese (5:12)
Is bleeding normal after Dental Scaling? in Assamese (6:03)
#DentalScaling #AssameseHealthTips
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at hello@swasthyaplus.com
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!

