পিঠিৰ লগত জড়িত সমস্যাসমূহ বহু প্ৰকাৰৰ হ’ব পাৰে। সাধাৰণতে এই সমস্যাবোৰ হাড়, স্নায়ু, পেশী, লিগামেণ্ট আদি অংশৰ পৰা উদ্ভৱ হয় । বিভিন্ন ফিজিঅ’থেৰাপিৰ সহায়ত এই সমস্যাসমূহ উপশম কৰিব পাৰি। এই বিষয়ে অধিক জানো আহক ফিজিঅ’থেৰাপিষ্ট আশুতোষ ৰাজ প্ৰীতমৰ পৰা।
এই ভিডিঅ’টোত,
পিঠিৰ লগত জড়িত সমস্যাসমূহ কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি? (0:00)
কোনখিনি মানুহ পিঠিৰ সমস্যাৰ দ্বাৰা বেছি প্ৰভাৱিত হয়? (2:18)
পিঠিৰ বাবে স্ৱাস্থ্যকৰ ভংগীমা সমূহ কি কি? (3:29)
কঁকালৰ যত্ন কেনেদৰে যত্ন ল’ব পাৰি? (5:10)
কি পৰ্যায়ত পিঠিৰ বিষৰ বাবে এজন ডাক্তৰৰ ওচৰলৈ যাব লাগে? (7:24)
ঘৰতে থকা অৱস্থাত পিঠিৰ বিষৰ পৰা আৰাম পাবলৈ কি কি কৰিব পাৰি? (8:43)
Back problems are common and can range from mild discomfort to severe pain. They often result from poor posture, muscle strain, herniated discs, or underlying conditions like arthritis or osteoporosis. How to take care of your Back? Let’s learn more from Ashutosh Raj Preetam, a Physiotherapist.
In this Video,
How to Prevent Back problems? in Assamese (0:00)
Who is at risk of developing Back problems? in Assamese (2:18)
What are healthy Postures for the Back? in Assamese (3:29)
How to take care of your Back? in Assamese (5:10)
When to consult a doctor for Back Pain? in Assamese (7:24)
Are there any home remedies to reduce Lower Back Pain? in Assamese (8:43)
#BackPain #BackProblem #AssameseHealthTips
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at hello@swasthyaplus.com
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!

