#PCOS #AssameseHealthTips
পিচিঅ’এছ হৈছে প্ৰজনন বয়সৰ মহিলাসকলক আক্ৰান্ত কৰা হৰম’নৰ বিকাৰ। ইয়াৰ বৈশিষ্ট্য হ’ল অনিয়মিত মাহেকীয়া, ডিম্বাশয়ত চিষ্ট, অতিৰিক্ত এণ্ড্ৰজেন হৰম’ন, যাৰ ফলত ব্ৰণ, ওজন বৃদ্ধি, আৰু অত্যধিক চুলিৰ বৃদ্ধি আদি লক্ষণ দেখা দিয়ে। গতিকে, ইয়াৰ কাৰণ, লক্ষণ আৰু চিকিৎসা পদ্ধতি কি কি? স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ পৌলামী চৌধুৰীৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
পিচিঅ’এছ কি? (0:00)
পিচিঅ’এছৰ কাৰণ কি? (0:37)
পিচিঅ’এছৰ চিকিৎসা কি? (2:46)
পিচিঅ’এছে প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলায় নেকি? (4:42)
সুস্থ জীৱনশৈলীয়ে পিচিঅ’এছৰ চিকিৎসা কৰিব পাৰেনে? (6:11)
Polycystic Ovary Syndrome (PCOS) is a common hormonal disorder that affects people with ovaries, often during their reproductive years. PCOS is characterized by a combination of symptoms, which can vary from person to person. What are the symptoms of PCOS? How to treat PCOS? Let’s know more from Dr Poulami Choudhury, an Obstetrician & Gynaecologist.
In this Video,
What is PCOS? in Assamese (0:00)
Causes of PCOS, in Assamese (0:37)
Treatment of PCOS, in Assamese (2:46)
Does PCOS affect Fertility? in Assamese (4:42)
Lifestyle Changes for PCOS, in Assamese (6:11)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!